fire insurance (English) [ IPA: ˈfɪr ɪnˈʃʊrəns ASM: ফায়াৰ ইনচুৰেন্স]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-23
    1. Business-Commerce-Economics(Abstract Noun) insurance covering any loss or damage caused by fire জুইৰ পৰা হ’ব পৰা লোকচান বা ক্ষয়-ক্ষতিৰ বাবে ক্ষতিপূৰণ লাভৰ অৰ্থে কৰা বীমা